২২ এপ্ৰিল (ইংৰাজী: 22 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে।
২২ এপ্ৰিল (ইংৰাজী: 22 April) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১২ তম (অধিবৰ্ষত ১১৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯১৫ - প্ৰথম বিশ্বযুদ্ধত জাৰ্মানসকলে বিষাক্ত গেছ ব্যৱহাৰ কৰা আৰম্ভ কৰে।
জন্ম
- ১৮৭০ - ভ্লেডিমিৰ লেনিন, মাৰ্ক্সবাদী ছোভিয়েট বিপ্লৱী আৰু কমিউনিষ্ট ৰাজনীতিবিদ। (মৃত্যু: ১৯২৪)
- ১৯১৪ - বলদেৱ ৰাজ চোপড়া, হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰতৰ নিৰ্মাতা। (মৃত্যু: ৫ নৱেম্বৰ, ২০০৮)
- ১৯১৬ - কানন দেৱী, ভাৰতীয় অভিনেত্ৰী তথা গায়িকা।
- ১৯২৯ - উষা কিৰণ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৩১ - নলিনী বৰুৱা, অসমৰ আলোকচিত্ৰ শিল্পী।
- ১৯৩৫ - ভামা শ্ৰীনিবাসন, ভাৰতীয় গণিতজ্ঞ।
- ১৯৪৩ - লুইচ গ্লিক, আমেৰিকান কবি আৰু লেখক।
- ১৯৪৫ - গোপালকৃষ্ণ গান্ধী, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৭৪ - চেতন ভগত, ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা আৰু চিত্ৰনাট্যকাৰ।
- ১৯৮২ - কাকা, ব্ৰাজিলৰ ফুটবল খেলুৱৈ। সম্পূৰ্ণ নাম- ৰিকাৰ্দু ইজেকছোঁ দুছাঁন্তুচ লেইচি।
মৃত্যু
- ১৯৪৩ - কমলা মিৰি ওৰফে কমলা লুইং, ভাৰতৰ স্বাধীনতা যুঁজাৰু।
দিৱস
বাহ্যিক সংযোগ