১৫ অক্টোবৰ (ইংৰাজী: 15 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৮তম (অধিবৰ্ষত ২৮৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৭টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
- ১৯৬৪ - চীনে প্ৰথম বাৰৰ বাবে পাৰমাণৱিক বোমা পৰীক্ষণ কৰে।
জন্ম
- খ্ৰীষ্টপূৰ্ব ৭০ - ভাৰ্জিল, ৰোমৰ মহাকবি।
- ১৫৪১ - ইভানজেলিষ্টা টৰচেলি, ইটালীৰ পদাৰ্থবিদ, বেৰোমিটাৰৰ আৱিষ্কাৰক।
- ১৮৭৪ - সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা, অসমীয়া সাহিত্যিক।
- ১৯০০ - হেমৰাম বৰা, ভাৰতৰ স্বাধীনতা সেনানী।
- ১৯৩১ - ড° এ পি জে আব্দুল কালাম, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন।
- ১৯৩৪ - প্ৰভাত চন্দ্ৰ হাজং, হাজং সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি। তেওঁ আছিল হাজং উন্নয়ন সমিতি, পাৰ্বত্য জনজাতি পৰিষদ আৰু অসম হাজং জাতীয় পৰিষদ মুখ্য উপদেষ্টা আছিল।
- ১৯৫১ - অপূৰ্ব বেজবৰুৱা, অসমৰ কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক।
- ১৯৫৭ - মীৰা নায়াৰ, ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ