২৩ এপ্ৰিল

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

২৩ এপ্ৰিল (ইংৰাজী: 23 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে। ২৩ এপ্ৰিল (ইংৰাজী: 23 April) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--

ঘটনাৱলী

  • ১৯৬৮ - ব্ৰিটেইনত প্ৰথম দশমিক মুদ্ৰা আৰম্ভ হয়।

জন্ম

  • ১৮৫৮ - পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
  • ১৮৫৮ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (মৃত্যু: ৪ অক্টোবৰ, ১৯৪৭)
  • ১৯৩৮ - এছ. জানকী, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৪১ - ৰে টমলিনছন, মাৰ্কিন কম্পিউটাৰ প্ৰ'গ্ৰামাৰ আৰু পৃথিৱীৰ প্ৰথম ই-মেইল প্ৰৱৰ্তনকাৰী।
  • ১৯৪৬ - ৰ'জি আফচাৰি, বাংলাদেশী অভিনেত্ৰী।
  • ১৯৫৭ - উমা ডগ্ৰা, ভাৰতীয় কথক নৃত্যশিল্পী।
  • ১৯৭৭ - জন ছিনা, মাৰ্কিন ৰেচলাৰ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ