১৭ জানুৱাৰী (ইংৰাজী: 17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
জন্ম
মৃত্যু
- ১৯৩০ - গৌহৰ জান, ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৯৫১ - জ্যোতিপ্ৰসাদ আগৰৱালা, অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ২০০১ - গ্ৰেগৰী ক'ৰ্ছ', আমেৰিকা যুক্তৰাষ্ট্ৰৰ কবি।
- ২০০৮ - মফিদা আহমেদ, ভাৰতীয় ৰাজনীতিক।
- ২০১০ - জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০১১ - এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
- ২০১৪ - সুচিত্ৰা সেন, ভাৰতীয় অভিনেত্ৰী।
- ২০১৪ - ভূপতি চন্দ্ৰ ডেকা, অসমীয়া গণিতজ্ঞ।
- ২০২১ - ওস্তাদ গোলাম মুস্তাফা খান, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
- ২০২২ - বিৰজু মহাৰাজ, ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ শিল্পী।
দিৱস
বাহ্যিক সংযোগ