২ মাৰ্চ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

২ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০ তম (অধিবৰ্ষত ৬১ তম) দিন।

ঘটনাৱলী

  • ১৯৯১ - শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত উপ-প্ৰতিৰক্ষামন্ত্ৰী বিজয়সহ ২৯জন নিহত।

জন্ম

  • ১৯২৩ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী।
  • ১৯৩০ - জন কলম, আমেৰিকান অভিনেতা।
  • ১৯৮৬ - জয়ন্ত তালুকদাৰ, অসমীয়া ধনুৰ্বিদ।
  • ১৯৯০ - টাইগাৰ শ্ৰফ, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৯৪৯ - সৰোজিনী নাইডু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৯৪ - অনিতা মৰিছ, আমেৰিকান অভিনেত্ৰী।
  • ২০১৩ - শৱনম শাকিল, পাকিস্তানী কবি।
  • ২০২১ - প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক।

দিৱস

বাহ্যিক সংযোগ



তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia