১০ মে'

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১০ মে' (ইংৰাজী: 10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
  • ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
  • ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।

জন্ম

মৃত্যু

দিৱস


 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia