১২ জানুৱাৰী

   ১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১২ জানুৱাৰী (ইংৰাজী: 12 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন (অধিবৰ্ষত ৩৫৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম

  • ১৫৯৮ - জিজাবাঈ শাহাজী ভোঁচলে, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬৩ - স্বামী বিবেকানন্দ, ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
  • ১৮৬৯ - ভগৱান দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক।
  • ১৯৫৮ - অৰুণ গোবিল, ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। এখেতে “ৰামায়ণ” ধাৰাবাহিকত শ্ৰীৰামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।
  • ১৯৬৪ - জয় পাণ্ডা, ভাৰতীয় ৰাজনীতিক।
  • ১৯৭২ - প্ৰিয়ংকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৭৩ - সাক্ষী তানৱাৰ, ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক।
  • ১৯৯০ - মনোজ চৰকাৰ, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
  • ১৯৯৬ - এলেন দেউৰী, ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।
  • ১৯৯৯ - আৰ্য ৰাজেন্দ্ৰন, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৯৯ - কৃষ্ণা নাগৰ, ভাৰতৰ ৰাজস্থানৰ পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ