১৩ আগষ্ট

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

১৩ আগষ্ট (ইংৰাজী: 13 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৫তম (অধিবৰ্ষত ২২৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৭৮৪ - ভাৰতত প্ৰশাসনিক সংস্কাৰ বাবে পিটছ ইণ্ডিয়া বিধেয়ক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হৈছিল।
  • ১৯৫৬ - লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
  • ২০০৪ - গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।

জন্ম

মৃত্যু

  • ১৮৯১ - টিকেন্দ্ৰজিৎ, মণিপুৰৰ সেনাপতি। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত আন দুজনৰ সৈতে ইংৰাজে ফাঁচী দিছিল।
  • ১৯১০ - ফ্লোৰেন্স নাইটিংগেল, ইংৰাজ শুশ্ৰূষাকাৰী আৰু সমাজসেৱীকা।
  • ১৯৪৬ - এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক, দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন
  • ২০০০ - নাজিয়া তাছান, প্ৰখ্যাত গায়িকা।
  • ২০০৩ - ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক।
  • ২০১৮ - সোমনাথ চেটাৰ্জী, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা।

দিৱস

  • বিশ্ব অংগ দান দিৱস।
  • বিশ্ব বাওঁহতীয়া দিৱস।

অনান্য

বাহ্যিক সংযোগ



 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia