৩ জুলাই


১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৩ জুলাই (ইংৰাজী: 3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮১টা দিন বাকী থাকে।

ঘটনাপঞ্জী

  • ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
  • ১৯৫৩ - বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে।

জন্ম

  • ১৮৮৩ - ফ্ৰান্‌জ কাফ্‌কা, জাৰ্মান ঔপন্যাসিক আৰু চুটি গল্প লেখক।
  • ১৮৯৭ - হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক।
  • ১৮৯৯ - লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
  • ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
  • ১৯১২ - গিৰিধৰ শৰ্মা - অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ।
  • ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
  • ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
  • ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

দিৱস

  • ৱমেনছ দে (মহিলা দিৱস) - ম্যানমাৰ
  • আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস।

বাহ্যিক সংযোগ



 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia