২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৯৩০ - প্লুটু গ্ৰহ আৱিষ্কাৰ হৈছিল।
- ১৯৫৮ - ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল
- ১৯৭২ - উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা প্ৰতিষ্ঠা হৈছিল।
- ১৯৭২ - ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।
- ১৯৯৪ - কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।
- ২০০৮ - উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভ প্ৰতিষ্ঠা হৈছিল
জন্ম
মৃত্যু
- ১৭৯৩ - ষোড়শ লুইক গিলোটিন, ফৰাচী সম্ৰাট।
- ১৯২৪ - লেনিন, ৰুছ বিপ্লৱৰ নেতা।
- ১৯৫০ - জৰ্জ অৰৱেল, ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ।
- ১৯৭৭ - গজেন বৰুৱা, অসমীয়া নৃত্যশিল্পী।
- ১৯৮১ - বিষ্ণুৰাম মেধি, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা।
- ২০০৬ - দিলীপ চৌধুৰী, অসমীয়া সংগীতশিল্পী।
- ২০১৬ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।
দিৱস
বাহ্যিক সংযোগ