৪ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩০টা দিন (অধিবৰ্ষত ৩৩১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী -
(১) ১৬৬২ চনৰ আজিৰ দিনটোতে মীৰজুমলাই গুৱাহাটী দখল কৰি লয়।
জন্ম
- ১৭৮৯ - জৰ্জ ৱাশ্বিংটন যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
- ১৯০৪ - ৰুচ-জাপানৰ যুদ্ধ আৰম্ভ হৈছিল।
- ১৯৪৮ - সিংহল অৰ্থাৎ শ্ৰীলংকা স্বাধীন হৈছিল।
- ২০০৪ - ফেইচবুকৰ আনুষ্ঠানিক জন্মদিন।
জন্ম
মৃত্যু
- ১৯৭৪ - সত্যেন্দ্ৰনাথ বসু, ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
- ১৯৯০ - মৈত্ৰেয়ী দেৱী, ভাৰতীয় সাহিত্যিক।
- ২০০১ - পঙ্কজ ৰায়, ভাৰতীয় ক্ৰিকেটাৰ।
- ২০০৪ - মলীকা পোখৰাজ, পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী।
- ২০২৩ - বাণী জয়ৰাম, ভাৰতীয় গায়িকা।
দিৱস
বাহ্যিক সংযোগ