মাৰ্চ
মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে। নামকৰণমাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে। দিৱস
তথ্যসূত্ৰবাহ্যিক সংযোগ
|