২০ ছেপ্টেম্বৰ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২০ ছেপ্টেম্বৰ (ইংৰাজী: 20 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৩তম (অধিবৰ্ষত ২৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৭৮ - দা হিন্দু (The Hindu) নামৰ ইংৰাজী বাতৰি কাকতখন প্ৰথম প্ৰকাশ পায়।
  • ১৯৮৪ - লেবানৰ ৰাজধানী বেইৰুট স্থিত আমেৰিকাৰ দূতাবাসত এক আত্মঘাতী বোমা বিষ্ফোৰণ সংঘটিত হৈছিল।

জন্ম

মৃত্যু

  • ১৩৮৮ - ফিৰোজ শ্বাহ টোঘলক, দিল্লীৰ চুলটান।
  • ১৮১৯ - এব্বে ফৰিয়া, দাৰ্শনিক আৰু মনোবিজ্ঞানী, সন্মোহন বিদ্যাৰ অধ্যয়ন কৰোঁতা।
  • ১৯২৮ - শ্ৰী নাৰায়ণ গুৰু, দাৰ্শনিক আৰু সমাজ সেৱক।
  • ১৯৩৩ - এনী বেছাণ্ট (Annie Besant), ইংৰাজ সমাজকৰ্মী, লেখিকা আৰু বক্তা আছিল।
  • ১৯৪২ - কনকলতা বৰুৱা, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
  • ১৯৪২ - মুকুন্দ কাকতি, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে কনকলতা বৰুৱাৰ সৈতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।
  • ২০১৫ - জগমোহন ডালমিয়া, ভাৰতৰ এগৰাকী উদ্যোগপতি আৰু ক্ৰিকেট প্ৰশাসক।

দিৱস

বাহ্যিক সংযোগ



তথ্য সূত্ৰ