১১ মে'

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১১ মে' (ইংৰাজী: 11 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।

জন্ম

মৃত্যু

  • ১৯৬৩ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৮১ - বব মাৰ্লি, জামাইকান গায়ক আৰু গীতিকাৰ।

দিৱস

  • ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (ভাৰত)।