২ জানুৱাৰী (ইংৰাজী: 2 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৯৪২ খৃঃ - জাপানী বাহিনীৰ দ্বাৰা ফিলিপাইনছৰ ৰাজধানী মানিলা দখল।
জন্ম
- ১৮২২ - ৰুডলফ ক্লছিয়াছ, জাৰ্মান পদাৰ্থবিজ্ঞানী।
- ১৮৯৬ - খগেন্দ্ৰনাথ মিত্ৰ, ভাৰতীয় শিশু সাহিত্যিক।
- ১৯২০ - আইজাক এছিমভ, প্ৰখ্যাত বিজ্ঞান কল্প-লেখক।
- ১৯৩৭ - চন্দ্ৰশেখৰ কম্বাৰ, ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।
- ১৯৯৭ - অৰ্শদ নাদীম, পাকিস্তানী জেভেলিন নিক্ষেপকাৰী।
মৃত্যু
দিৱস
- সশস্ত্ৰ বাহিনীৰ বিজয় দিৱস (কিউবা)।
বাহ্যিক সংযোগ