৬ এপ্ৰিল

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৫৮০ - ইংলেণ্ড, ফ্লেণ্ডাৰ্ছ আৰু উত্তৰ ফ্ৰান্সত এটা প্ৰবল ভূমিকম্প।
  • ১৮৬৯ - ছেলুলয়ডৰ পেটেণ্ট।
  • ১৯১৯ - ভাৰতত মহাত্মা গান্ধীৰ দ্বাৰা সাধাৰণ প্ৰতিবাদৰ আদেশ।
  • ১৯৬৫ - প্ৰথম ব্যৱসায়িক উপগ্ৰহ, আৰ্লি বাৰ্ডৰ উৎক্ষেপন।
  • ১৯৯৮ - পাকিস্তানৰ দ্বাৰা ভাৰতত প্ৰৱেশ সক্ষম মধ্য দূৰত্বৰ মিছাইলৰ পৰীক্ষণ।

জন্ম

মৃত্যু

দিৱস

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ