PERGURUAN TINGGI
JURNAL
PERGURUAN TINGGI
JURNAL
JURNAL
BIDANG ILMU
TAHUN TERBIT
KEYWORD - KATA KUNCI
Search Jurnal
৬ মে'
{{আজিৰ দিনটো|6|05| 2024
ঘটনাৱলী
১৫২৯ -
বিহাৰ
আৰু
উত্তৰ প্ৰদেশ
ৰ আফগানসকল মোগল সম্ৰাট
বাবৰ
ৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু
গোৱালিয়
ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয়
ব্ৰিটেইন
ত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
১৮৫৩ - আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।
জন্ম
১৭৯২ -
মাৰ্টিন ওম
, জাৰ্মান গণিতজ্ঞ।
১৮১১ -
জেম্ছ ইয়ং ছিম্পছন
, স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লেৰোফৰ্মৰ আৱিষ্কাৰক।
১৮৫৬ -
ছিগমণ্ড ফ্ৰয়েড
, অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী।
১৮৬১ -
মতিলাল নেহৰু
, ভাৰতৰ স্বাধীনতা সংগ্ৰামী,
জৱাহৰলাল নেহৰু
ৰ পিতৃ।
১৯০৪ -
হেৰী মাৰ্টিনছন
, ছুইডেনৰ কবি, ঔপন্যাসিক। ১৯৭৪ চনত তেওঁ সাহিত্যৰ
নোবেল বঁটা
লাভ কৰিছিল।
১৯০৯ -
এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী
, উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী (১৮৫৬ চন)।
১৯১১ -
মৃদুলা সাৰাভাই
, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
১৯২৬ -
সোণেশ্বৰ বৰা
, ভাৰতীয় স্বাধীনতা সংগ্ৰামী ,ৰাজনীতিবিদ আৰু সমাজকৰ্মী।
১৯৫৩ -
টনী ব্লেয়াৰ
, ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী।
১৯৮৩ -
গগন নাৰং
, ভাৰতীয় শ্বুটাৰ।
১৯৮৬ -
শ্বাহানা গোস্বামী
, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
১৯৪৯ -
মৰি মেটাৰলংক
, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৫২ -
মাৰিয়া মণ্টেছৰী
, ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ।
১৯৯২ -
মাৰ্লিন ডিট্ৰিস
, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
২০০২ -
শান্তা গান্ধী
, ভাৰতীয় নাট পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
দিৱস
শিক্ষক দিৱস (
জামাইকা
)
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত
৬ মে'
সম্পৰ্কীয় মিডিয়া ফাইল আছে।
বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
Archived
2007-03-03 at the
Wayback Machine
প্ৰ
•
আ
•
স
বছৰৰ
সকলো
দিন
আৰু
মাহৰ
তালিকা
আজি
:
৭ জানুৱাৰী
,
২০২৫
জানুৱাৰী
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
ফেব্ৰুৱাৰী
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
মাৰ্চ
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
এপ্ৰিল
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
মে'
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
জুন
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
জুলাই
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
আগষ্ট
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
ছেপ্টেম্বৰ
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
অক্টোবৰ
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
নৱেম্বৰ
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
ডিচেম্বৰ
১
২
৩
৪
৫
৬
৭
৮
৯
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
প্ৰাসঙ্গিক তাৰিখসমূহ:
অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা
তথ্য়সূত্ৰ