১৫ জানুৱাৰী

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০  ২১  ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১৫ জানুৱাৰী (ইংৰাজী: 15 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫০টা দিন (অধিবৰ্ষত ৩৫১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৫৫৯- এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হয়।
  • ১৮৮৯ - আটলাণ্টাত ক'কা-ক'লা কোম্পানী (তেতিয়া পেম্বাৰ্টন মেডিচিন কোম্পানী নামেৰে জনাজাত) আৰম্ভ কৰা হয়।
  • ২০০১ - ৱিকিপিডিয়াৰ আৰম্ভণি।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia