১৮ ফেব্ৰুৱাৰী

  
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮

১৮ ফেব্ৰুৱাৰী (ইংৰাজী: 18 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৬টা দিন (অধিবৰ্ষত ৩১৭ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৯৮৩ - অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা ছঘণ্টা জুৰি চলা নেলীৰ হত্যাকাণ্ডত মুঠ ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল(বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)।

জন্ম

মৃত্যু

  • ১৫৬৪ - মাইকেলেঞ্জেল', ইটালীৰ ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।

দিৱস

তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia