১৭ ছেপ্টেম্বৰ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

১৭ ছেপ্টেম্বৰ (ইংৰাজী: 17 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬০তম (অধিবৰ্ষত ২৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

ঘটনাৱলী

  • ১৯৪৯ - ডি এম কে (DMK) বা দ্ৰাবিড় মুন্নেত্ৰ কাজগম (Dravida Munnetra Kazhagam) নামৰ ৰাজনৈতিক দলটো তামিলনাডুত প্ৰতিষ্ঠা হয়।
  • ১৯৮২ - ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট খেল চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল।

জন্ম

মৃত্যু

দিৱস

  • শিক্ষক দিৱস (হণ্ডোৰাছ)।

বাহ্যিক সংযোগ


তথ্য়সূত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia