২১ এপ্ৰিল

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

২১ এপ্ৰিল (ইংৰাজী: 21 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে।

ঘটনাৱলী

  • ৭৫৩ - ৰোম নগৰৰ প্ৰতিষ্ঠা।
  • ১৫২৬ - পানীপথৰ প্ৰথম যুদ্ধ।
  • ১৯৫২ - লণ্ডন আৰু ৰোমৰ মাজত প্লেন চালনাৰ মাধ্যমেৰে বিশ্বৰ প্ৰথম জেট প্লেন চলাচল আৰম্ভ।
  • ২০১৯ - শ্ৰীলঙ্কাত গীৰ্জা, হোটেল আৰু মছজিদত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত কমেও ২৯০ জন মানুহৰ মৃত্যু হয়।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ