১৯ জানুৱাৰী

   ১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১৯ জানুৱাৰী (ইংৰাজী: 19 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য

ঘটনাৰাজী

  • ১৯০১ – ৰাণী ভিক্টোৰিয়া, যুক্তৰাজ্যৰ ৰাণী, পক্ষাঘাতত আক্ৰান্ত। তেখেত তিনিদিন পিছত ৮১ বছৰ বয়সত মৃত্যু হয়।
  • ১৯৬৮ - অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিলে।
  • ১৯৭২ - অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
  • ১৯৮১ - ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয়। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ