৮ ফেব্ৰুৱাৰী (ইংৰাজী: 8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- ২০০৫ চনৰ আজিৰ দিনটোত গুগল মেপ্চৰ আৰম্ভণি কৰা হৈছিল।
জন্ম
মৃত্যু
- ২০১৭ – পিটাৰ মেন্সফিল্ড, ইংলেণ্ডৰ ন’বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক। (জন্ম ১৯৩৩)
- ২০১৯ - ভাগৱত পেটেল, মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ।
অন্যান্য
- প্ৰিছেৰেণ দিৱস (শ্লভেনিয়াৰ ৰাষ্ট্ৰীয় কবি ফ্ৰেন্স প্ৰিছেৰেশৰ মৃত্যুবাৰ্ষিকী)
- প্ৰেম-প্ৰস্তাৱ দিৱস (Propose Day)
তথ্য সংগ্ৰহ