৭ জানুৱাৰী (ইংৰাজী: 7 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৮টা দিন (অধিবৰ্ষত ৩৫৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৯২৭ খৃঃ - নিউ য়ৰ্ক আৰু লণ্ডনৰ মাজত "ট্ৰেন্স আটলাণ্টিক" বাণিজ্যিক টেলিফোন সেৱাৰ মুকলি।
- ১৯৭৯ খৃঃ - ভিয়েটনামৰ সৈন্যই কম্বোডিয়াৰ ৰাজধানী ফনম পেনঃ দখল কৰিছিল।
জন্ম
- ১৮৯৩ - জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৮ - বি. সৰোজা দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৮ - শোভা দে, ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷
- ১৯৫০ - জনী লিভাৰ, বলীউডৰ প্ৰখ্যাত কৌতুক অভিনেতা।
- ১৯৫৭ - ৰীণা ৰয়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬১ - সুপ্ৰিয়া কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৭ - ইৰফান খান, ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৭৯ - বিপাশা বসু, বলীউডৰ অভিনেত্ৰী।
- ১৯৮৫ - প্ৰিয়ংকা বৰা, ভাৰতীয় ভলীবল খেলুৱৈ৷
- ২০০৪ - শৈলী সিং, ভাৰতীয় এথলীট।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ