১০ নৱেম্বৰ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১০ নৱেম্বৰ (ইংৰাজী: 10 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৪তম (অধিবৰ্ষত ৩১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬৫৯ – প্ৰতাপগড়ৰ যুদ্ধত মাৰাঠা ৰজা চত্ৰপতি শিৱাজী মহাৰাজে আফজল খান, আদিলশাহীক হত্যা কৰে।
  • ১৯১৩ - গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়।
  • ১৯৯০ - চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
  • ১৯৭০ - ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰে। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ-১ স্থাপন কৰে।

জন্ম

মৃত্যু

  • ১৯২৮ - অনিতা বাৰবাৰ, জাৰ্মান নৃত্যশিল্পী।
  • ১৯৯৪ - কুভেম্পু, ভাৰতীয় সাহিত্যিক।
  • কামাল পাছাৰ, আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা।

দিৱস

  • বিশ্ব কেৰাট’কনাছ দিৱস

বাহ্যিক সংযোগ


 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia