১৬ মে'

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১৬ মে' (ইংৰাজী: 16 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯১১ - কলকাতাএছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
  • ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
  • ১৯৭৫ - ছিকিমভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
  • ১৯৯১ - ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
  • ১৯৯৭ - ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
  • ১৯৯৯ - কুৱেটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।

জন্ম

  • ১৯০৩ - ভীমবৰ দেউৰী, অসমীয়া জননেতা আৰু আইনজ্ঞ।
  • ১৯০৫ - হেনৰী ফণ্ডা, আমেৰিকান অভিনেতা।
  • ১৯৩১ - কে. নটৱৰ সিং, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৩৭ - ৰবাৰ্ট বি. ৱিলচন, আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৫৩ - মিত্ৰা ফুকন, ভাৰতীয় লেখিকা, অনুবাদক আৰু স্তম্ভলেখক।

মৃত্যু

  • ১৮৩০ - জোছেফ ফুৰিয়ে, ফৰাছী গণিতজ্ঞ।
  • ১৯৯৪ - ফণী মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ২০২১ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।

দিৱস


 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia