২৫ জানুৱাৰী

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০  ২১  ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৭৫৫ - মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
  • ১৮৮১ - টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিষ্ঠা কৰে।
  • ১৯১৮ - বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৯ - এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হয়।
  • ১৯৮০ - মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
  • ২০০৫ - মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হয়।

জন্ম

মৃত্যু

দিৱস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia