২৬ জানুৱাৰী

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৬ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬তম দিন। বছৰ শেষ হ'বলৈ ৩৩৯ দিন (অধিবৰ্ষত ৩৪০ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৫০০ - ভিচেণ্টে য়ানেজ পিঞ্জনৰ ব্ৰাজিললৈ যোৱা প্ৰথমজন ইউৰোপীয় ব্যক্তিৰ খ্যাতি লাভ।
  • ১৫৩১ - লিস্বন, পৰ্টুগেলত হোৱা ভূমিকম্পত হাজাৰ হাজৰ লোকৰ মৃত্যু হয়।
  • ১৫৬৪ - কাউঞ্চিল অৱ ট্ৰেণ্টে ৰ'মান কেথলিকত্ব আৰু প্ৰটেষ্টেণ্টসমূহৰ মাজৰ ভেদ স্পষ্ট কৰে।
  • ১৫৬৫ - ভাৰতৰ অন্তিম হিন্দু ৰাজ্য ৱিজয়ানগৰৰ পতন ঘটে।
  • ১৭০০ - পশ্চিম আমেৰিকাত ৰিখটাৰ স্কে'লত ৯ প্ৰাবল্যৰ কাস্কেডিয়া ভূমিকম্প
  • ১৮৪১ - য়ু কে'ই হংকং দখল কৰে।

জন্ম

মৃত্যু

দিৱস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia