১৮ জুন


১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৮ জুন (ইংৰাজী: 18 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৯তম (অধিবৰ্ষত ১৭০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৬টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:

ঘটনাৱলী

  • ১৫৭৬ - হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।
  • ১৮৫৭ - বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয়।
  • ১৯৫৬ - হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়।
  • ১৯৫৬ - ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।
  • ১৯৮৬ - গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।

জন্ম

  • ১৮৬১ - দৈৱকী নন্দন ক্ষত্ৰী, প্ৰথম হিন্দী ৰহস্য আৰু আলৌকিক/ভৌতিক ঔপন্যাসিক।
  • ১৯০২ - লুইছ এলটাৰ, আমেৰিকান সংগীতজ্ঞ।
  • ১৯৫১ - বিউটি শৰ্মা বৰুৱা, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু

দিৱস

অন্যান্য

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia