৩ নৱেম্বৰ (ইংৰাজী: 3 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৭তম (অধিবৰ্ষত ৩০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৫৭ - স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। [1]
জন্ম
- ১৮৮৫ - কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু অধিবক্তা।[1]
- ১৯৩৩ - অমৰ্ত্য সেন, নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ।[1]
- ১৯৩৫ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
- ১৯৩৬ - ছবিলাল উপাধ্যায়, সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপ্ত অসমীয়া শিক্ষক, সাহিত্যিক।
- ১৯৬৯ - আশ্ৰাফুল হক, ভাৰতীয় অভিনেতা।
- ১৯৮৪ - উষা যাদৱ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৫ - মোনালী ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী।
মৃত্যু
- ১৯৪৭ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫ - ছৈয়দ নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০১২ - কৈলাশপতি মিশ্ৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
- ২০১৪ - সদাশিৱ অমৰপুৰকাৰ, ভাৰতীয় অভিনেতা।
দিৱস
তথ্যসূত্ৰ
বাহ্যিক সংযোগ