২৫ ছেপ্টেম্বৰ (ইংৰাজী: 25 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৮তম (অধিবৰ্ষত ২৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৭টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৩৯৬ - ডানয়ুব নদীৰ পাৰত নিক'প'লিছ যুদ্ধ (Battle of Nicopolis) সংঘটিত হয়।
- ১৪৯৩ - ক্ৰিষ্টোফাৰ কলম্বাছে দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে। [1]
- ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামা তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
- ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।
জন্ম
মৃত্যু
দিৱস
বাহ্যিক সংযোগ
তথ্য় সূত্ৰ
- ↑ Bergreen, Lawrence (2011). Columbus: The Four Voyages, 1493–1504. Penguin Group US. ISBN 978-1101544327. https://books.google.com/books?id=3Dyhtkk4VQcC.