৫ ফেব্ৰুৱাৰী (ইংৰাজী: 5 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৯টা দিন (অধিবৰ্ষত ৩৩০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- ১৯৩৭ - চাৰ্লি চেপলিন অভিনীত প্ৰথম সবাক চলচ্চিত্ৰ মডাৰ্ন টাইমছ মুক্তি লাভ কৰে।
জন্ম
- ১৯১৪ - উইলিয়াম এছ বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
- ১৯৩২ - শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
- ১৯৭৬ - অভিষেক বচ্চন, ভাৰতীয় অভিনেতা।
- ১৯৮৫ - ক্ৰিষ্টিয়ানো ৰোণাল্ডো, পৰ্তুগালৰ পেছাদাৰী ফুটবল খেলুৱৈ।
- ১৯৯০ - ভুৱনেশ্বৰ কুমাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
- ১৯৯২ - নেইমাৰ, ব্ৰাজিলৰ পেছাদাৰী ফুটবল খেলুৱৈ।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ