নেপালৰ মুঠ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠই হৈছে হিন্দু ধৰ্মাৱলম্বী লোক।[10] ইয়াৰ ৮১% নেপালী লোকেই হিন্দু। বৌদ্ধ ধৰ্ম লোকৰ সংখ্যা কম যদিও এই ধৰ্মৰ ইতিহাসৰ লগত নেপাল ওতপ্ৰোতভাৱে জড়িত আছে।
নামৰ উৎপত্তি
"নেপাল" নামৰ উৎপত্তি কিদৰে হ'ল সঠিক ভাৱে জনা নাযায়। তথাপি প্ৰায়বিলাকৰ মতে "নে" অৰ্থাৎ "পৱিত্ৰ" আৰু "পাল" অৰ্থাৎ "গুহা" - এই দুটা শব্দৰ পৰা গঠিত হৈছে। অৰ্থাৎ নেপাল মানে "পৱিত্ৰ গুহা"।
নেপালক মূলতঃ ৫টা উন্নয়ন মণ্ডলত ভাগ কৰা হৈছে। এই উন্নয়ন মণ্ডল সমূহক পুনৰ ১৪টা প্ৰশাসনিক অঞ্চল (নেপালী: अञ्चल) আৰু ৭৫খন জিলাত (নেপালী: जिल्ला) ভাগ কৰা হৈছে।
পূৰ্বাঞ্চল
মেচী অঞ্চল
কোশী অঞ্চল
সগৰমাথা অঞ্চল
মধ্যাঞ্চল
জনকপুৰ অঞ্চল
বাগমতী অঞ্চল
নাৰায়ণী অঞ্চল
পশ্চিমাঞ্চল
গণ্ডকী অঞ্চল
লুম্বিনী অঞ্চল
ধৱলাগিৰী অঞ্চল
মধ্যপশ্চিমাঞ্চল
ৰাপ্তী অঞ্চল
কৰ্ণালী অঞ্চল
ভেৰী অঞ্চল
সুদূৰ পশ্চিমাঞ্চল
সেতী অঞ্চল
মহাকালী অঞ্চল
শিক্ষা
নেপালৰ কেইখনমান উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে:
নেপালৰ প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু এক-তৃতীয়াংশ পুৰুষেই হৈছে অশিক্ষিত।[11]
নেপাল
Kathmandu
Budhanilkantha
Bhaktapur
Patan
Himalaya
Mustang
Rice
Transport
তথ্য সংযোগ
↑According to Interim Constitution Nepali is only the official language (article 5, point 2). Other languages spoken as the mother tongue in Nepal are the national languages (article 5, point 1). According to article 5, point 3, all languages are accepted as official languages at the regional level. Today's more than 90% people speak Nepali as a 1st language. Nepal_Interim_Constitution2007