المملكة العربية السعودية আল-মামলেকাহ আল-আআৰাবিইয়াহ আচ-চাউউদিইয়াহ
নীতিবাক্য "لا إله إلا الله محمد رسول الله" লা ইলাহ ইলা আল্লাহ মহাম্মাদ ৰাছুল আল্লাহ আল্লাহৰ বাহিৰে কোনো ভগৱান নাই আৰু মহম্মদ চাঃ তেওঁৰ প্ৰিয় ৰছুল" কলিমা)[1]
চৌদি আৰৱ (আৰবী: العربية السعودية আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ) চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম ,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।