দিগন্ত হাজৰিকা

দিগন্ত হাজৰিকা
জন্ম ২৩ ছেপ্টেম্বৰ, ১৯৮৪ (৪০ বছৰ)
নগাঁও, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত অসমীয়া
পেচা অভিনেতা, মডেল

দিগন্ত হাজৰিকা এজন ভাৰতীয় অভিনেতা তথা মডেল। প্ৰসিদ্ধ হিন্দী ছবি নিৰ্দেশক আশুতোষ গোৱাৰীকেৰৰ সিন্ধু সভ্যতাৰ ওপৰত নিৰ্মিত ছবি মহেঞ্জোদাৰো (চলচ্চিত্ৰ)ৰ জৰিয়তে তেওঁ হিন্দী বোলছবি জগতত প্ৰৱেশ কৰিছে। তেওঁ কেইবাখনো অসমীয়া আৰু হিন্দী চিনেমাত অভিনয় কৰিছে। ১৯৮৪ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে অসমনগাঁওত তেওঁৰ জন্ম হৈছিল।

কৰ্মজীৱন

দিগন্তয়ে পোন প্ৰথমে অসমীয়া চুটি ছবি "কি নাম দি মাতিম" দ্বাৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ অসমীয়া ছবি "ৰ’দ্‌" আৰু " ৰিচাং"ত অভিনয় কৰে। শেহতীয়াকৈ তেওঁ ৰাকেশ শৰ্মাৰ নিৰ্দেশিত অসমীয়া বোলছবি "অনুৰাধা"তো অভিনয় কৰিছে। লোহাৰৰ চৰিত্ৰত অভিনয় কৰা মহেঞ্জোদাৰো দিগন্তৰ প্ৰথম হিন্দী ছবি।[1] তাৰ আগতে তেওঁ ষ্টাৰ প্লাছৰ আশুতোষ গোৱাৰিয়েকৰ ধাৰাবাহিক "এভাৰেষ্ট"ত অভিনয় কৰিছিল।

অভিনয়

বোলছবি

ধাৰাবাহিক

  • এভাৰেষ্ট

তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia