গৌতম কলিতা
গৌতম কলিতা (ইংৰাজী: Gautam Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ।[1] তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে। [2] ব্যক্তিগত জীৱনগৌতম কলিতাৰ পিতৃৰ নাম গোলক কলিতা আৰু মাতৃৰ নাম সবিতা কলিতা। তেওঁৰ জন্ম হৈছিল নগাঁৱত।[1] তেওঁ বিশ বছৰ বয়সত শৰীৰচৰ্চাৰ জগতত প্ৰৱেশ কৰে। বৰ্তমান তেওঁ নগাঁৱত নগাঁও হেল্থ ক্লাব নামৰ শৰীৰচৰ্চাৰ কেন্দ্ৰ পৰিচালনা কৰে।[1] কৃতিত্ব
লগতে চাওকতথ্যসূত্ৰ
|