সমৰেন্দ্ৰ নাৰায়ন দেৱ (ইংৰাজী: Samarendra Narayan Dev) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ "অৰণ্য" নামৰ চলচ্চিত্ৰখনে ১৯৭১ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[1]।
সমৰেন্দ্ৰ নাৰায়ন দেৱে মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল[1]