বাগৰুম্বা
বাগৰুম্বা (বড়ো: बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি নচা হয় বাবে এই নৃত্য-গীত বাগ্ৰুম্বা > বাগৰুম্বা নামেৰে জনাজাত। গীতৰ ভাৱ-ভাষাবাগৰুম্বা নৃত্যৰ লগত জড়িত গীতৰ ভাৱ-ভাষা অতি সৰল-
বৰ্তমানৰ বাগৰুম্বাবাগৰুম্বা নৃত্য নাৰীকেন্দ্ৰিক যদিও বৰ্তমান মঞ্চত পৰিৱেশনৰ সময়ত কেইবাজনো পুৰুষ বাদকে খান, ছিফুং, জথা, ছেৰজা আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰে।[1] তথ্যসূত্ৰ
|