অসমৰ ৰাজনীতি

The political structure of Assam in India is headed by the ceremonial post of the Governor. He is assisted by a council of ministers, headed by the Chief Minister, who are members of the Assam Assembly. In recent years the Governor has become more powerful, especially because the last two Governors have been ex-Army generals and the Army is entrusted with anti-insurgency operations against ULFA and other armed groups.

The Assam legislative structure is unicameral and consists of the 126-member Assam Assembly. Members are elected for a period of 5 years. The Assam Assembly is presided over by the Speaker, who is generally a member of the ruling party.

ৰাজ্য চৰকাৰ

বৰ্ষ বিধান সভা মুঠ আসন চৰকাৰ বিজয়ী আসন মুখ্যমন্ত্ৰী বিৰোধী
১৯৪৬-৫২ প্ৰাদেশিক সদন ১০৮ ভাৰতীয় জাতীয় কংগ্ৰেছ ৫০ গোপীনাথ বৰদলৈ/বিষ্ণু ৰাম মেধি মুছলীম লীগ
১৯৫২-৫৭ প্ৰথম সদন ১০৮ ভাৰতীয় জাতীয় কংগ্ৰেছ ৭৬ বিষ্ণু ৰাম মেধি সমাজবাদী দল
১৯৫৭-৬২ দ্বিতীয় সদন ১০৮ ভাৰতীয় জাতীয় কংগ্ৰেছ ৭১ বিষ্ণু ৰাম মেধি/বিমলা প্ৰসাদ চলিহা প্ৰজা সমাজবাদী দল
১৯৬২-৬৭ তৄতীয় সদন ১০৫ ভাৰতীয় জাতীয় কংগ্ৰেছ ৭৯ বিমলা প্ৰসাদ চলিহা All Party Hill Leaders Conference
১৯৬৭-৭২ চতুৰ্থ সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ ৭৩ বিমলা প্ৰসাদ চলিহা/মহেন্দ্ৰ মোহন চৌধুৰী All Party Hill Leaders Congress
১৯৭২-৭৮ পঞ্চম সদন ১১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ ৯৫ শৰৎ চন্দ্ৰ সিংহ সংযুক্ত সমাজবাদী দল
১৯৭৮-৭৯ ষষ্ঠ সদন ১২৬ জনতা দল/ভাৰতীয় কমিনিউষ্ট দল/Plains Tribals Council of Assam ৫৩/১১/৪ গোলাপ বৰবৰা/যোগেন্দ্ৰ নাথ হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৯-৮০ ভাৰত চৰকাৰ ৰাষ্ট্ৰপাতি শাসন
১৯৮০-৮১ ষষ্ঠ সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ//ভাৰতীয় কমিনিউষ্ট দল/স্বাধীন দলসমূহ ৫১/১১/৪ আনোৱাৰ টাইমূৰ জনতা দল
১৯৮১-৮২ ভাৰত চৰকাৰ ৰাষ্ট্ৰপতি শাসন
১৯৮২ ষষ্ঠ সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ/Communist Party of India/Independents ৫১/১১/৪ কেশৱ চন্দ্ৰ গগৈ জনতা পাৰ্টি
১৯৮২-৮৩ ভাৰত চৰকাৰ ৰাষ্টপতি শাসন
১৯৮৩-৮৫ সপ্তম সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ ৯১ হিতেশ্বৰ শ‍ইকীয়া Plains Tribals Council of Assam
১৯৮৫-৯০ অষ্টম সদন ১২৬ অসম গণ পৰিষদ ৬৯ প্ৰফুল্ল কুমাৰ মহন্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯০-৯১ ভাৰত চৰকাৰ ৰাষ্টপতি শাসন
১৯৯১-৯৬ নৱম সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ ৬৬ হিতেশ্বৰ শ‍ইকীয়া/ভূমিধৰ বৰ্মন অসম গণ পৰিষদ
১৯৯৬-২০০১ দশম সদন ১২৬ অসম গণ পৰিষদ/Communist Party of India/United Minorities Front ৫৯/২/২ প্ৰফুল্ল কুমাৰ মহন্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১-০৬ একাদশ সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ ৭১ তৰুণ গগৈ অসম গণ পৰিষদ
২০০৬-১১ দ্বাদশ সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ/Bodoland People's Front ৫৩/১০ তৰুণ গগৈ অসম গণ পৰিষদ
২০১১ ত্ৰয়োদশ সদন ১২৬ ভাৰতীয় জাতীয় কংগ্ৰেছ/Bodoland People's Front ৭৮/১১ তৰুণ গগৈ All India United Democratic Front

লোকসভা

Lok Sabha districts in Assam after the 2009 elections


Assam sends 14 Member of Parliament(s) to the Lok Sabha.

বৰ্ষ লোক সভা মুঠ আসন বৃহত্তম দল বিজয়ী আসন
১৯৫১ প্ৰথম লোক সভা ১২ ভাৰতীয় জাতীয় কংগ্ৰেছ ১১
১৯৫৭ দ্বিতীয় লোক সভা ১২ ভাৰতীয় জাতীয় কংগ্ৰেছ ১০
১৯৬২ তৃতীয় লোক সভা ১২ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ চতুৰ্থ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ ১০
১৯৭১ পঞ্চম লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ ১৩
১৯৭৭ ষষ্ঠ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ ১০
১৯৮০ সপ্তম লোক সভা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ অষ্টম লোক সভা ১৫ অসম গণ পৰিষদ
১৯৮৯ নৱম লোক সভা নিৰ্বাচন অনুষ্ঠিত নহ’ল
১৯৯১ দশম লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ একাদশ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৮ দ্বাদশ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ ১১
১৯৯৯ ত্ৰয়োদশ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ ১০
২০০৪ চতুৰ্দশ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৯ পঞ্চদশ লোক সভা ১৪ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৪ ষষ্ঠদশ লোক সভা ১৪ ভাৰতীয় জনতা পাৰ্টী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia