ভাৰতৰ ৰাজ্যিক পক্ষীসমূহৰ তালিকা

এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক পক্ষীসমূহৰ বিষয়ে:

ৰাজ্য ইংৰাজী নাম বৈজ্ঞানিক নাম চিত্ৰ
অন্ধ্ৰ প্ৰদেশ (ইংৰাজী: Indian Roller) Coracias benghalensis
অৰুণাচল প্ৰদেশ (ইংৰাজী: Great Hornbill) Buceros bicornis
অসম (ইংৰাজী: White-winged Wood Duck) Cairina scutulata
বিহাৰ (ইংৰাজী: Indian Roller) Coracias benghalensis
ছত্তীচগড় (ইংৰাজী: Hill Myna) Gracula religiosa
গোৱা (ইংৰাজী: Black-crested bulbul) Pycnonotus gularis
গুজৰাট (ইংৰাজী: Greater Flamingo) Phoenicopterus roseus
হাৰিয়ানা (ইংৰাজী: Black Francolin) Francolinus francolinus
হিমাচল প্ৰদেশ (ইংৰাজী: Western Tragopan) Tragopan melanocephalus
জম্মু আৰু কাশ্মীৰ (ইংৰাজী: Black-necked Crane) Grus nigricollis
ঝাৰখণ্ড (ইংৰাজী: Asian Koel) Eudynamys scolopacea
কৰ্ণাটক (ইংৰাজী: Indian Roller) Coracias benghalensis
কেৰালা (ইংৰাজী: Great Hornbill) Buceros bicornis
লাক্ষাদ্বীপ (ইংৰাজী: Sooty Tern) Onychoprion fuscata
মেঘালয় (ইংৰাজী: Hill Myna) Gracula religiosa
মধ্য প্ৰদেশ (ইংৰাজী: Asian Paradise Flycatcher) Terpsiphone paradisi
মহাৰাষ্ট্ৰ (ইংৰাজী: Yellow-footed Green Pigeon) Treron phoenicoptera
মণিপুৰ (ইংৰাজী: Mrs. Hume's Pheasant) Syrmaticus humiae
মিজোৰাম (ইংৰাজী: Mrs. Hume's Pheasant) Syrmaticus humiae
নাগালেণ্ড (ইংৰাজী: Blyth's Tragopan) Tragopan blythii
উৰিষ্যা (ইংৰাজী: Indian Roller)[1] Coracias benghalensis
পণ্ডিছেৰী (ইংৰাজী: Asian Koel) Eudynamys scolopaceus[2]
পঞ্জাব (ইংৰাজী: Northern Goshawk) Accipiter gentilis
ৰাজস্থান (ইংৰাজী: Great Indian Bustard) Ardeotis nigriceps
ছিক্কিম (ইংৰাজী: Blood Pheasant) Ithaginis cruentus
তামিল নাডু (ইংৰাজী: Emerald Dove) Chalcophaps indica
উত্তৰাখণ্ড (ইংৰাজী: Himalayan Monal) Lophophorus impejanus
উত্তৰ প্ৰদেশ (ইংৰাজী: Sarus Crane) Grus antigone
পশ্চিম বংগ (ইংৰাজী: White-breasted Kingfisher) Halcyon smyrnensis

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ