ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ইংৰাজী: Thengal Kachari Autonomous Council); (TKAC), হৈছে ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ অনুসৰি অসমত ঠেঙাল কছাৰী জনগোষ্ঠী সকলৰ সকলো দিশত উন্নয়নৰ বাবে এই পৰিষদ স্থাপন কৰা হয়। [2] ইতিহাস২০০৫ চনত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আইনৰ দ্বাৰা অসম বিধানসভাত বিলখন গৃহীত হৈ এই পৰিষদখন গঠন কৰা হয়।[3] গাঁথনিএই পৰিষদটোত সৰ্বমুঠ ২৬জন সদস্য আছে ইয়াৰে ২২জন পোনপটীয়াকৈ নিৰ্বাচিত আৰু ৪জন কেন্দ্ৰীয় ভাৰত চৰকাৰৰ হৈ অসমৰ ৰাজ্যপালয়ে নিযুক্তি দিয়ে। পৰিষদখনৰ এখন কাৰ্যনিৰ্বাহক সমিতি দ্বাৰা মনোনীত হৈ এজন মুখ্য কাৰ্যবাহী কাউন্সিলাৰক নিৰ্বাচন কৰে।[3] নিৰ্বাচন২০২২ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা শেহতীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে ১৪খন আসন, ভাৰতীয় জাতীয় কংগ্ৰেছয়ে ৪খন, অসম গণ পৰিষদ (অগপ)য়ে ৩খন আৰু এখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে।[4] প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে লৈ বিজেপিয়ে অগপৰ সৈতে মিত্ৰজোঁটৰ কাৰ্যবাহী পৰিষদ গঠন কৰে।[5] তথ্যসূত্ৰ
|