দানৱ ৰাজবংশ

প্ৰাগজ্যোতিষ ৰাজ্য
Status কিংবদন্তি
Government ৰাজতন্ত্ৰ

ঐতিহাসিক যুগ লৌহ যুগ

দানৱ ৰাজবংশউত্তৰ-পূব ভাৰতঅসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল।[1] মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই।

কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।[2]

ৰজাসকল

  • মহীৰংগ (মৈৰং)
  • হটকাসুৰ
  • শম্ভাসুৰ
  • ৰত্নাসুৰ
  • ঘটকাসুৰ

টোকা

  1. (Gait 1906, পৃষ্ঠা 11)
  2. (Gait 1906, পৃষ্ঠা 12)

তথ্যসূত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia