২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৮ অসম বোমা বিস্ফোৰণ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী আৰু পশ্চিম অসমৰ প্ৰতিবেশী অঞ্চল সমূহত সংঘটিত হৈছিল। প্ৰতিবেদনসমূহৰ মতে প্ৰায় ১৮টা বোমাৰ বিস্ফোৰণ ঘটে,[5] যাৰ ফলত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়।[3] এই আক্ৰমণৰ আঁৰত এন ডি এফ বি (ৰঞ্জণ দৈমাৰী গোট) জড়িত আছিল বুলি সন্দেহ কৰা হয়।[6] বোমা আক্ৰমণকেন্দ্ৰীয় মন্ত্ৰী চাকীল আহমেদে নিশ্চিত কৰা মতে ১০টা বিস্ফোৰণ ঘটে, যদিও অন্যান্য প্ৰতিবেদনসমূহৰ মতে বোমাৰ তালিকা ১৮ লৈকেও হ'ব পাৰে। বিস্ফোৰণে গুৱাহাটী, বৰপেটা ৰ'ড, বঙাইগাঁও আৰু কোকৰাঝাৰ কপাঁই তুলিছিল। বিস্ফোৰণে গুৱাহাটীৰ পানবজাৰ, ফাঁচী বজাৰ আৰু গণেশগুৰিৰ নিচিনা এলেকাও কপাঁই তোলে যিবোৰ বজাৰ আৰু কাৰ্যালয় যোৱা মানুহেৰে ভৰ্তি হৈ আছিল। কোকৰাঝাৰত তিনিটা বোমা আৰু এটা সম্ভাৱিত হাতবোমা (গ্ৰেনেড), বৰপেটা ৰ'ডত দুটা বোমা আৰু বঙাইগাঁওত এটা বোমাৰ বিস্ফোৰণ ঘটে। ভাৰতীয় সঞ্চাৰ মাধ্যমৰ মতে দেৱালীৰ বন্ধৰ ঠিক আগতে হোৱা বাবে ই অপ্ৰত্যাশিত আছিল আৰু ভুক্তভোগীৰ সংখ্যা অধিক হয়। গণেশগুৰিৰ বোমাটো এখন গাড়ীত ৰখা হৈছিল আৰু বিস্ফোৰণটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰী বাসগৃহৰ পৰা ১০০ মিটাৰ দূৰত্বত সংঘটিত হয়।[7] গুৱাহাটীত ৪১ জন, কোকৰাঝাৰত ২১জন আৰু বৰপেটা ৰ'ডত ১৫ জন মানুহৰ মৃত্যু ঘটে।[8] নৱেম্বৰৰ ২ তাৰিখে আৰু ৪ জন আহত লোকে মৃত্যুবৰণ ধৰে। ৩ জনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু আন এজনৰ বশিষ্ঠ সামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। অন্য ২০জনৰ অৱস্থা সংকটজনক আছিল। [2] আৰক্ষী অধিকাৰিক সকলে জনোৱা মতে বৃহৎ পৰিমাণৰ বিস্ফোৰক যেনে আৰ ডি এক্স (ইংৰাজী: RDX) আৰু অন্যান্য চি - ৪ৰ নিচিনা "প্লাস্টিক বিস্ফোৰক" ব্যৱহাৰ কৰা হৈছিল। বিস্ফোৰণটো ঘটাবলৈ সময়-যন্ত্ৰৰো (Timer) ব্যৱহাৰ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে যিহেতুকে সকলো বিস্ফোৰণ ১৫ মিনিটৰ ভিতৰতে সংঘটিত হৈছিল। অনুসন্ধানৰ পিছ্ত মটৰ চাইকেলৰ ব্যৱহাৰো সন্দেহ কৰা হৈছিল। কিন্তু অসম আৰক্ষীৰ প্ৰধান পৰিচালক আৰ. এন. মাথুৰে কোৱা মতে অধিকসংখ্যক বোমা গাড়ীতে সংযুক্ত কৰা হৈছিল।[9] সেই সময়ত বহুতে সন্দেহ কৰিছিল এই মুছলিম উগ্ৰপন্থীৰ কাম আৰু সংবাদ মাধ্যমে মুছলিম উগ্ৰপন্থী বুলি প্ৰচাৰ কৰি সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছিল । বিৰোধী ৰাজনৈতিক দল সমূহক মৃতদেহ লৈ ৰাজনীতি কৰা দেখা গৈছিল । ঠেলা গাড়ীত আহত সকলক উঠাই হাস্পতালৰ সলনি ৰাজধানী দিশপুৰলৈ নিয়া দেখা গৈছিল । যাক কয় নিম্ন-ৰাজনীতি । সেই সময়ৰ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপে অসমক সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ৰক্ষা কৰে ।
তাৎক্ষণিকভাৱে মৃত হোৱা সকলৰ ওপৰিও হতাহতসকলৰ ভিতৰত ৭জন একে ৰাতিয়েই মৃত্যুমুখত পৰে।[10] তাৎক্ষণিক পৰিণতি
Follow upOn the same day a convoy of police cars in Assam came under fire from rebels resulting in seven police and three civilian casualties. ConsequencesA spontaneous bandh, total shut down, was observed the next day at Kokrajhar on a call given by the Vishva Hindu Parishad (VHP), the Bharatiya Janata Party (BJP), and the Bajrang Dal,[16] while schools and educational institutions also remained closed in Guwahati. Only a few shops in the capital were opened and vehicular traffic was thin with most people choosing to stay indoors. BJP leader L. K. Advani, who arrived in Assam on the same morning, visited the blast site near the Deputy Commissioner's office, where he also faced a group of angry lawyers who shouted slogans saying "Advani go back." He also visited the Gauhati Medical College and Hospital and met the injured. The Union Home Minister Shivraj Patil, who was arrived later in the day, visited Kokrajhar and Barpeta. He also held a high-level meeting at the Lokopriyo Gopinath Bordoloi International Airport in the evening. Attendance in commercial areas where offices are located was thin, and in many areas shops and business establishments, particularly those in and around the blast sites remained closed. Few public transport were seen plying on the roads in the morning. The opposition Asom Gana Parishad observed a Black Day with all its leaders and cadres sporting black badges. Lawyers from both Gauhati High Court and the Sessions Court in Guwahati abstained from work and held protests outside the court premises.[17] A curfew was again clamped on the worst-hit Ganeshguri in the afternoon, after the initial curfew was relaxed the previous evening, as an angry mob braved tight security in the presence of the city SS and went on a rampage. The police then resorted to firing blanks, injuring at least five people in the ensuing melee. The leader of the opposition and former Deputy Prime Minister Advani visited the spot just minutes before the disturbance.[18] On November 1 the prime minister was set to visit his home constitency to take the stock of the situation after the blasts. He would meet the Assam Governor Shiv Charan Mathur and Chief Minister Tarun Gogoi, as well as visit the Gauhati Medical College and Hospital to see the injured in the blasts.[19] As a result of this blast, the biggest in Assamese history, CM Gogoi moved to recruit 4,000 more police personnel in all ranks to augment the strength of the police force to over 65,000 before the end of the year as part of Assam's counter-terrorism plan. He added the necessity of such a move was predicated by having experienced 605 bomb blasts in the least eight years, each of which caused significant devastation to life and property. He added that police and other security personnel had also recovered or defused more than 5,000 bombs and grenades.[20] অনুসন্ধানকেন্দ্ৰীয় গৃহ সচিব, মধুকৰ গুপ্তাই কয় যে নতুন দিল্লীৰ পৰা অহা বিচক্ষণ ৰাষ্ট্ৰীয় সুৰক্ষা ৰক্ষীৰ এটা গোটে গনেশগুৰী, উপায়ুক্তৰ কাৰ্য্যালয় আৰু ফাঁচী বজাৰৰ বিস্ফোৰণস্থলী সমূহ পৰিদৰ্শন কৰিছে।[17]বিস্ফোৰণৰ অনুসন্ধান কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ বিষয়াৰে গঠিত এক উচ্চ-পৰ্যায়ৰ দলে ঘটনাস্থলী পৰিদৰ্শন তথা পৰীক্ষণ কৰে।[21] আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত বহুতো সন্দেহজনক ব্যক্তিক আটক কৰে।[10] আক্ৰমণটোৰ সৈতে সম্পৰ্কথকা দুজন ব্যক্তিক নগাঁওৰ পৰা আটক কৰা হয়। আছিব মহম্মদ নিজামি আৰু জুলফিকৰ আলি, গনেশগুৰি আৰু গুৱাহাটী অঞ্চলত হোৱা বিস্ফোৰণৰ বোমা সংস্থাপন কৰা গাড়ী দুখনৰ গৰাকী আছিল।[19] On 1 November, the army told the Prime Minister that it had previously intercepted a message from Calcutta one week before the incident that said: "Attack Guwahati." The army told the PM that had known about the impending terror strikes in the western Assam towns for six weeks and had tried to prevent them. Lt. Gen. B.S. Jaswal, of the GOC 4 Corps, told the PM the army had received "non-specific" information on September 17 about possible strikes in Guwahati, Barpeta Road and Kokrajhar. CM Gogoi, who heads Assam's unified command that includes the army, corroborated the message with Singh. In admitting such knowledge he added that the government did not anticipate the scale of the blasts. The government then also formed a special team, headed by the inspector-general of police (special task force), R. Chandranathan, to probe the blasts and issue a report within 30 days.[22] অসমৰ এই বোমা বিস্ফোৰণ নেচনেল ডেমক্ৰেটিক ফণ্ট অৱ বড়োলেণ্ড (NDFB)ৰ এটা গোটে সংঘটিত কৰিছে বুলি প্ৰমাণ পোৱা যায়। ফলত পূৰ্বতে হোজীয়ে সংঘটিত কৰিছে বুলি কৰা আৰোপ মিছা বুলি প্ৰমানিত হয়। আৰক্ষীয়ে প্ৰকাশ কৰে যে কোনো অজ্ঞাত ইছলামিক ছিকিউৰিটি ফৰ্চ-ইণ্ডিয়ান মুজাহিদিনে স্থানীয় দূৰদৰ্শন কেন্দ্ৰলৈ পঠিওৱা বাৰ্তা এটা উৰাবাতৰিহে আছিল। আক্ৰমণৰ কমেও ছয় সপ্তাহ আগতেই দুই বা তিনিখন মাৰুতি ৮০০ গাড়ী ব্যৱহাৰ কৰি এনডিএফবি সদস্যই বোমা সমূহ হৰবৰাহ কৰিছিল বুলি অসম আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়াই নিৰ্ধাৰণ কৰে। Interrogation of suspects linked to the fabrication of the car-bombs led investigators to believe that there were orders to initiate the operation by the NDFB founder-chief, Rajan Daimary, as early as September. Daimary, believed to shuttle between Bangkok, Manila and Singapore, is said to have authorised the attacks to signal a frustration with the lack of progress in talks between the NDFB and the Indian government.[6] Following this, the Indian government decided to clamp down on the organization and other regional outfits. A ban on the NDFB, set to expire in 2008, was extended by two years. The Cabinet Committee on Security also decided to re-impose a ban on the outlawed ULFA, Hynniewtrep National Liberation Council (HNLC), however it spared the ANVC.[23] On 12 November, a Bhutanese man who lived in Nepal and fought against the monarchy was arrested for aiding the Assam attacks. Tenzing G. Zangpo, a senior leader of the Druk National Congress (DNC), a formation by Bhutanese exiles in Nepal, was picked up with the "home secretary" of the NDFB, Sabin Boro, from a rented house at Japorigog in Guwahati. An unknown source was quoted as saying, "After interrogation, both of them were arrested this morning on the charge of being part of the conspiracy behind October 30 blasts." The arrest attention from Bangladesh based forces to Bhutan for the first time since the probe was initiated. Police said the DNC claimed to be a political outfit opposing the alleged discrimination of Bhutanese people of Nepali origin by the monarchy since the 1990s.[24] অপৰাধীকেন্দ্ৰীয় মন্ত্ৰী শাকিল আহমেদে ইংগিত দিয়ে যে কিছুদিনৰ পৰা অসমত বৃদ্ধি পোৱা সাম্প্ৰদায়িক ৰায়ত এই বিস্ফোৰণৰ সৈতে সম্পৰ্ক আছে। তেওঁ কয় যে ঘৃণাৰ ৰাজনীতি এই আক্ৰমণৰ প্ৰকৃত কাৰণ।[11] অসম চৰকাৰে অপৰাধী নিশ্চতকৰণৰ বাবে এয়া নিচেই কম সময় বুলি কয় যদিও, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়: "যিকোনো সিদ্ধান্ত লবলৈ এয়া নিচেই কম সময় কিন্তু এনে ধাৰাবাহিক বোমা বিস্ফোৰণৰ ক্ষেত্ৰত আলফাৰ এক ইতিহাস আছে।"[25] অনুসন্ধানকাৰী বিষয়াইও এই ঘটনা বিভেদকামী আলফাই সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে। ইতিমধ্যে আলফাৰ বহুসংখ্যক কেডাৰে কিছুদিনৰ আগতে চৰকাৰৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিছিল, এই সুযোগতে সুৰক্ষা বাহিনীয়ে অন্য বহু আলফা সদস্যক হত্যা কৰিছিল। সেয়ে যুদ্ধবিৰতিত সন্মত নোহোৱা গোটটো বিস্ফোৰণৰ আঁৰত আছে বুলি কোৱা হৈছিল। অসম আৰক্ষীৰ শীৰ্ষ বিষয়া আৰ এন মাথুৰে কয়, "আলফাই তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে। অন্য কোনো গোটে এনে দৰে একে সময়তে বিস্ফোৰণ কৰাব নোৱাৰে।"[9][26] কিন্তু আলফাই এই বিস্ফোৰণৰ লগত যিকোনো প্ৰকাৰে জড়িত থকাৰ কথা অস্বীকাৰ কৰে।[27] বিভিন্ন প্ৰমানৰ ভিত্তিত আৰক্ষীয়ে বিস্ফোৰণ মূখ্য সেনাধক্ষ্য ৰঞ্জন দৈমাৰীয়ে ২০০৮ চনৰ ছেপ্টেম্বৰত দিয়া আদেশ মৰ্মে এনডিএফবিয়ে সংঘটিত কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰে।[27] প্ৰতিক্ৰিয়াসমূহকেন্দ্ৰৰ প্ৰতিক্ৰিয়াসেইসময়ৰ বিৰোধী দলৰ নেতা, এল. কে. আদৱানীয়ে এই বিস্ফোৰণক ইউপিএ-নেতৃত্বাধীন চৰকাৰৰ অসফল শাসনৰ ফল বুলি কৈছিল। তেওঁ কৈছিল: "I believe that these blasts are symbolic of the sense of insecurity in the country. This also proves the total failure of the government in combating terrorism", লগতে তেওঁ বাংলাদেশৰ পৰা অসমলৈ হোৱা অবৈধ প্ৰৱজন, এনে প্ৰৱজনকাৰীৰ বৰ্ধিত প্ৰবাহ, এই বিস্ফোৰণৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছিল।[28] পিছদিনা তেওঁ আকৌ বাংলাদেশীৰ অসমলৈ অবৈধ প্ৰৱজনক সন্ত্ৰাসবাদ বৃদ্ধিৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰি কৈছিল "I blame the state and the central government for the blasts in Assam." তেওঁ প্ৰধান মন্ত্ৰীক প্ৰশ্ন কৰিছিল, "I ask the prime minister, who is elected from Assam, what his government has done after the Supreme Court's landmark judgment on the IMDT (Illegal Migrants Determination by Tribunals) Act indicting the Government of India for having colluded with external aggression. The government only incorporated all those provisions in the struck down IMDT in the Foreigners Act, which the Supreme Court declared as unconstitutional." তেওঁ ঘটনাস্থলীসমূহ পৰিদৰ্শন কৰিছিল আৰু চিকিৎসালয়লৈ গৈ ভূক্তভোগী সকলৰ খবৰো লৈছিল।[29] গৃহ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপ্ৰকাশ জয়ছৱালেও ঘটাৰ গৰিহনা দি কৈছিল: "The blasts will have no impact on the forthcoming Assembly elections in Mizoram. The Home Ministry has asked for a report on the serial blasts from the Assam government." তেওঁ দাবী কৰিছিল যে গত চাৰি বৰ্ষত কাৰ্যৰত কেন্দ্ৰীয় চৰকাৰৰ সফল শাসনৰ ফলত উত্তৰ পূৱ ভগ্নীৰাজ্য সমূহত সন্ত্ৰাসবাদী কৰ্যকলাপ ৫০% কম হৈছে। ১ নৱেম্বৰত ইউপিএৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে অসমলৈ আহি প্ৰধানমন্ত্ৰীয়েও গভীৰ শোক প্ৰকাশ কৰে আৰু চৰকাৰে এই বিস্ফোৰণৰ আঁৰৰ ব্যক্তিক কৰায়ত্ত কৰা আৰু ভূক্তভোগীক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত সম্ভৱপ্ৰায় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়।[19] ইয়াৰ এদিন আগতে গৃহ মন্ত্ৰী শিৱৰাজ পাটিলো অসমলৈ আহে আৰু কুকুৰাঝাৰ আৰু গুৱাহাটীৰ বিস্ফোৰণ হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰে। অসমৰ মুখ্যমন্ত্ৰী, জেষ্ঠ আৰক্ষী আৰু প্ৰশাসনিক বিষয়া সকলৰ সৈতে এখন সভা পাতি তেওঁ কৈছিল: "We shall nab the culprits involved in the blasts. Investigations are on and we should be able to come out with something concrete."[16] প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বৃহৎ ৰাষ্ট্ৰীয় একতাৰ কথা কৈছিল আৰু বিস্ফোৰণৰ পিছত ইয়াক তেওঁ সামগ্ৰিক সন্ত্ৰাসবাদৰ বিৰোধী যুদ্ধ বুলি অভিহিত কৰিছল। Pan-Indian reactionsThe Jharkhand government also came out strongly condemning the serial blasts, while having summoned a cabinet meeting in Ranchi for the next day to discuss the security situation in his region. Deputy Chief Minister, Sudhir Mahto, described the act as one of "cowardice" and said the state machinery had been alerted in Jharkhand following the incident. He added that he expressed confidence that the UPA government at the centre would initiate all necessary steps to rein in anti-national elements who are bent upon weakening the prevailing peace and tranquility, while appealing to the central government to provide adequate compensation to the family members of the victims. While he also denied the fact that the militant activities were on the rise in the country at large during the rule of the UPA government, he expressed concern over the recent revelation that Hindu militants' were involved in the Malegaon incident. He said this by alluding to the fact that vested interests were keen on dividing the country by creating panic.[30] Vigilance was also stepped up along the West Bengal border with Assam following the blasts. Additional security forces were rushed to assist in combing operations to track down those responsible for the blasts attempting to flee from Assam through the border with north Bengal. State's Home Secretary, Ashok Mohan Chakavarty, said an alert had been sounded across West Bengal, with security tightened in the captail city. Further security arrangements were under review, particularly in the border districts where check-posts have been set up. A senior police official in West Bengal said: "A special alert has been sounded in the region. Vehicles passing through the border with Assam are being checked." He added that surveillance had also been considerably tightened at West Bengal's international borders with Nepal, Bangladesh and Bhutan.[31] Uttar Pradesh Chief Minister, Mayawati, also strongly condemned the serial blasts, while demanding that the Prime Minister take effective measures to ensure that such incidents are not repeated.[32] আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াএই আক্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘৰ সদস্য-সচিব বেন কি-মোন ভাৰততে আছিল। তেওঁ এজন মূখ পাত্ৰৰ জৰিয়তে এই আক্ৰমণৰ ফলত হোৱা জীৱন হানি তথা ধ্বংশাত্মক ফলাফলৰ বাবে ভাৰত চৰকাৰ আৰু ভাৰতীয়সকলৰ প্ৰতি গভীৰ দূখ আৰু সমবেদনা জ্ঞাপন কৰে। তেওঁ কয়, "strongly condemns this act of terrorism in its targeting of civilians", ইয়াৰোপৰি তেওঁ এনে অমানৱীয় হিংসাৰ কোনো ন্যায্যতা নাই বুলিও ঘোষণা কৰে।[33] ৰাছিয়াৰ ৰাষ্ট্ৰপতি ডিম্ট্ৰী মেডভেডভৰ মতে এই বোমা বিস্ফোৰণ এক "অমানৱীয় আৰু দানৱীয়" অপৰাধ যাৰ কোনো ন্যায্যতা নাই। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰধান মন্ত্ৰী মনমোহন সিঙলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত তেওঁ এই "বৰ্বৰ" কাৰ্যৰ বাবে সমবেদনা প্ৰকাশ কৰে আৰু ইয়াৰ বাবে জগৰীয়া সকলক কঠিন শাস্তি প্ৰদান কৰিবলৈ আহ্বান কৰে। তেওঁ কয়: "I learnt with deep indignation about the series of coordinated terrorist acts in Assam, which led to the deaths of scores of innocent people. Such inhuman and monstrous in cruelty crime have no justification. Terrorists guilty of committing this barbarous act must be severely punished." ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীয়ে কয়: "The Foreign Ministry of Russia resolutely condemns the acts of terrorists. They have no and cannot have any justification. The criminals must be severely punished for their acts."[34] এই ঘটনাক বাংলাদেশেও তীব্ৰ গৰিহনা দিয়ে। বৈদেশিক উপদেষ্টা ইফতেখৰ আহমেদ চৌধুৰীয়ে এই আক্ৰমণক "ভীৰু সন্ত্ৰাসবাদী" কাৰ্য বুলি অভিহিত কৰে, লগতে কয়: "We strongly condemn the bomb blast in the North Eastern India that led to so many deaths and injuries. It is a cowardly act of terrorism. Violence cannot be a tool for achievement of political objectives."[35] লগতে চাওকতথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia