অঘৰী আত্মাৰ কাহিনী


অঘৰী আত্মাৰ কাহিনী  

গ্ৰন্থখনৰ বেটুপাত
লেখক চৈয়দ আব্দুল মালিক
দেশ  ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস
প্ৰকাশ ১৯৬৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক চৈয়দ আব্দুল মালিক[1] অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস।[1]

চৰিত্ৰসমূহ

  • নিৰঞ্জন খাউণ্ড,
  • অপৰাজিতা,
  • শশাংক,
  • ছায়া,
  • মৃগাংক,
  • কণক,
  • অপৰা,
  • মন্মথ চৌধুৰী,
  • হেমিদুৰ আদি।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "ঈয়াৰুইংগম". ৰত্নোত্তমা দাস বিক্ৰম. জনমভূমি.ইন. 3 December 2016. Archived from the original on 16 August 2019. https://web.archive.org/web/20190816054214/https://janambhumi.in/print/VGtSUk1VNTNQVDA9/%25E0%25A6%2588%25E0%25A7%259F%25E0%25A6%25BE%25E0%25A7%25B0%25E0%25A7%2581%25E0%25A6%2587%25E0%25A6%2582%25E0%25A6%2597%25E0%25A6%25AE.html। আহৰণ কৰা হৈছে: 15 August 2019. 


বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia