হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষ ৰ এটা চৰকাৰী (official) ভাষা । ভাৰতৰ উপৰি নেপাল , মৰিচাচ ত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ , চৌদি আৰৱ , মালয়েছিয়া , চিংগাপুৰ , সংযুক্ত আৰব আমিৰাত , অষ্ট্ৰেলিয়া , ম্যানমাৰ , পাকিস্তান , আফগানিস্তান , দক্ষিণ আফ্ৰিকা , উগাণ্ডা , নিউজিলেণ্ড , কানাডা ত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।
উৎপত্তি
হিন্দীৰ উৎপত্তি দিল্লীৰ খৰিবুলি ভাষাৰ সৈতে আৰবী, পাৰ্চী আৰু তুৰ্কীৰ সংমিশ্ৰণত হৈছিল। মুছলমান শাসন উত্তৰ ভাৰতলৈ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে পাৰ্চী শব্দবোৰ স্থানীয় ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। হিন্দী ভাষাও সেই সময়ত খৰিবুলিৰ পৰা উদ্ভৱ হৈছিল।[ 3]
সময়ৰ পৰিপ্ৰেক্ষিতত, উৰ্দুক আজি এক সুকীয়া ভাষা হিচাপে ঘোষণা কৰা হৈছে, কিন্তু প্ৰধান উৰ্দু লেখকসকলে উনবিংশ শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকৰ ভাষাক হিন্দী বা হিন্দৱী বুলি উল্লেখ কৰি আহিছে।
উদাহৰণ:- প্ৰখ্যাত উৰ্দু কবি গোলাম হামদান মুছহাফি য়ে নাস্তালিক লিপিত তেওঁৰ শ্বায়ৰীত লিখিছিল: -
মুসহাফি ফাৰ্সি কো তাক পহ ৰাখ,
অব হেঁ অশ্বয়াৰ ই হিন্দৱী কা ৰিৱাজ [ 4] আৰু মীৰ টাকি মীৰ তেওঁৰ নিজৰ শৈলীত লিখিছে:-
না জানে লোগ কেহতে হেঁ কিসকো সুৰূৰ ই ক়লৱ,
আয়া নেহি য়ে লফজ তো হিন্দী জুবান কে ৱীচ। [ 5]
তথ্য সংগ্ৰহ
কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ ৰাজ্য পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ
পৃথিৱীৰ প্ৰধান ভাষাসমূহ
ইণ্ডো-আৰ্য / ইন্দো-ইউৰোপীয়
অসমীয়া ,
উৰ্দু ,
ওড়িয়া ,
কাশ্মিৰী ,
কোংকণী
গুজৰাটী ,
ডোগ্ৰী ,
দিভেহী ,
নেপালী ,
পঞ্জাবী ,
ফিজি হিন্দী ,
বাংলা ,
ভোজপুৰী ,
মাৰাঠী ,
মৈথিলী ,
সংস্কৃত ,
সিংহল ,
সিন্ধী ,
হিন্দী । অন্যান্য ইন্দো-ইউৰোপীয় দ্ৰাবিড় পূৱ এছিয় দক্ষিণ-পূৱ এছিয়
ইন্দোনেছীয় ,
খামেৰ ,
ছামোৱান ,
ছেবুয়ানো ,
জাভানীয় ,
তাগালোগ ,
থাই ,
ভিয়েটনামীয় ,
মান (বাৰ্মীজ),
মাৱৰী ,
মালাগাছি ,
মালয় ,
লাও ,
সুন্দানীয় ,
হাৱাইয়ান । আফ্ৰো-এছিয় ইৰানীয় তুৰ্কীয় জাৰ্মানীয় ৰোমান স্লাভীয়
আলবেনিয়ান ,
ইউক্ৰেনীয় ,
ক্ৰোয়েছীয় ,
চাৰ্বীয় ,
চেক ,
পোলীয় ,
বচনীয় ,
বেলাৰুছীয় ,
বুলগেৰীয় ,
মেচিডোনীয় ,
ৰুছ ,
স্লোভাক ,
স্লোভেনীয় । কেল্টীয় নাইজাৰ-কঙ্গো
ইগবো ,
ইয়োৰুবা ,
ৱল্ফ ,
খোসা ,
গবে ,
চিচেওয়া ,
ছোথো ,
জুলু ,
তিগ্ৰিনিয়া ,
ফুলা ,
বাণ্টু (স্বাজী),
ভেণ্ডা ,
মান্দিং ,
লিংগালা ,
সুয়ানা ,
স্বাহিলী ,
সোনিনকে
হাউচা । ককেছিয় উৰালীয় নীল-চাহাৰা আমেৰিকাৰ আদিবাসী নিৰ্মিত ভাষা