গুজৰাটী |
---|
ગુજરાતી গুজৰাতী | অঞ্চল |
ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তাঞ্জানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা |
---|
স্থানীয় ভাষিক |
৪ কোটি ৬০ লাখ |
---|
ভাষা পৰিয়াল |
|
---|
লিখন প্ৰণালী |
গুজৰাটী লিপি |
---|
আধিকাৰিক স্থিতি |
---|
আধিকাৰিক ভাষা |
গুজৰাট (ভাৰত) |
---|
ভাষা সংকেত |
---|
ISO 639-1 |
gu |
---|
ISO 639-2 |
guj |
---|
ISO 639-3 |
guj |
গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত। ২০১১ চনৰ হিচাপত গুজৰাটী ভাষা থলুৱা ভাষীৰ সংখ্যাৰ হিচাপত ভাৰতৰ ৬ নং সৰ্বাধিক কথিত ভাষা, ৫৫.৫ মিলিয়ন ভাষীয়ে এই ভাষাত কথা পাতে, যিটো মুঠ ভাৰতীয় জনসংখ্যাৰ প্ৰায় ৪.৫ শতাংশ।[1] ২০০৭ চনৰ হিচাপত ই বিশ্বৰ ২৬তম সৰ্বাধিক প্ৰচলিত ভাষা।[2]
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে।
গুজৰাটী বৰ্ণ আৰু সংখ্যা
અ આ ઇ ઈ ઉ ઊ ઋ
অ আ ই ঈ উ ঊ ঋ
એ ઐ ઍ ઓ ઔ ઑ
এ ঐ এ' ও ঔ অ'
ક ખ ગ ઘ ઙ ચ છ જ ઝ ઞ
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ
ટ ઠ ડ ઢ ણ ત થ દ ધ ન
ট ঠ ড ঢ ণ ত থ দ ধ ন
પ ફ બ ભ મ ય ર લ વ
প ফ ব ভ ম য ৰ ৱ ল ৱ શ ષ સ હ ળ
শ ষ স হ ল্
કા કિ કી કુ કૂ કૃ
কা কি কী কু কূ কৃ
કે કૈ કૅ કો કૌ કૉ કં કઃ
কে কৈ কে' কো কৌ ক' কং কঃ
૦ ૧ ૨ ૩ ૪ ૫ ૬ ૭ ૮ ૯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯
তথ্যসূত্ৰ
|
---|
| কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
| ৰাজ্য পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
|
পৃথিৱীৰ প্ৰধান ভাষাসমূহ |
---|
| ইণ্ডো-আৰ্য / ইন্দো-ইউৰোপীয় |
- অসমীয়া,
- উৰ্দু,
- ওড়িয়া,
- কাশ্মিৰী,
- কোংকণী
- গুজৰাটী,
- ডোগ্ৰী,
- দিভেহী,
- নেপালী,
- পঞ্জাবী,
- ফিজি হিন্দী,
- বাংলা,
- ভোজপুৰী,
- মাৰাঠী,
- মৈথিলী,
- সংস্কৃত,
- সিংহল,
- সিন্ধী,
- হিন্দী।
|
---|
| অন্যান্য ইন্দো-ইউৰোপীয় | |
---|
| দ্ৰাবিড় | |
---|
| পূৱ এছিয় | |
---|
| দক্ষিণ-পূৱ এছিয় |
ইন্দোনেছীয়,
খামেৰ,
ছামোৱান,
ছেবুয়ানো,
জাভানীয়,
তাগালোগ,
থাই,
ভিয়েটনামীয়,
মান (বাৰ্মীজ),
মাৱৰী,
মালাগাছি,
মালয়,
লাও,
সুন্দানীয়,
হাৱাইয়ান। |
---|
| আফ্ৰো-এছিয় | |
---|
| ইৰানীয় | |
---|
| তুৰ্কীয় | |
---|
| জাৰ্মানীয় | |
---|
| ৰোমান | |
---|
| স্লাভীয় |
আলবেনিয়ান,
ইউক্ৰেনীয়,
ক্ৰোয়েছীয়,
চাৰ্বীয়,
চেক,
পোলীয়,
বচনীয়,
বেলাৰুছীয়,
বুলগেৰীয়,
মেচিডোনীয়,
ৰুছ,
স্লোভাক,
স্লোভেনীয়। |
---|
| কেল্টীয় | |
---|
| নাইজাৰ-কঙ্গো |
ইগবো,
ইয়োৰুবা,
ৱল্ফ,
খোসা,
গবে,
চিচেওয়া,
ছোথো,
জুলু,
তিগ্ৰিনিয়া,
ফুলা,
বাণ্টু (স্বাজী),
ভেণ্ডা,
মান্দিং,
লিংগালা,
সুয়ানা,
স্বাহিলী,
সোনিনকে
হাউচা। |
---|
| ককেছিয় | |
---|
| উৰালীয় | |
---|
| নীল-চাহাৰা | |
---|
| আমেৰিকাৰ আদিবাসী | |
---|
| নিৰ্মিত ভাষা | |
---|
|
- ↑ "Scheduled Languages in descending order of speaker's strength – 2011". Registrar General and Census Commissioner of India. http://www.censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf.
- ↑ Mikael Parkvall, "Världens 100 största språk 2007" (The World's 100 Largest Languages in 2007), in Nationalencyklopedin. Asterisks mark the 2010 estimates for the top dozen languages.
|