ভোজপুৰী ভাষা


ভোজপুৰী
भोजपुरी
থলুৱা অঞ্চল ভাৰত and নেপাল
ভাষা পৰিয়াল
Default
  • ভোজপুৰী
ভাষা সংকেত
ISO 639-3

ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा এই শব্দটোৰ বিষয়ে listen (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো[1] ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে। বৰ্তমান ভোজপুৰী ভাষা বিহাৰৰ দুটা ৰাজ্য ভাষাৰ অন্যতম এটা। ভোজপুৰী ভাষাৰূপৰ উৎপত্তি কিছুমানে ধাৰণা কৰে যে পোনপটিয়াকৈ সংস্কৃত ভাষাৰ পৰা আকৌ কিছুমানৰ মতে বাংলাৰ জননী মৈথিলী ভাষাৰ পৰা।[2] ফিজি, গায়ানা, মৰিচাছ, দক্ষিণ আফ্ৰিকা, চুৰিনাম আৰু ট্ৰিনিদাদ আৰু ট'বাগোতো ই সংখ্যালঘু ভাষা৷ হিন্দীৰ প্ৰভাৱৰ বাবে ইউনেস্ক’ৰ বিশ্বৰ ভাষাৰ এটলাছত ভোজপুৰী ভাষাক সম্ভাৱ্য দুৰ্বল ভাষা হিচাপে তালিকাভুক্ত কৰা হৈছে। ২০২২ চনৰ ২২ মে'ত গুগল অনুবাদে ভোজপুৰী ভাষাক তেওঁলোকৰ অন্যতম ভাষা হিচাপে সংযোজন কৰে।[3]

Bhojpuri story written in Kaithi script by Babu Rama Smaran Lal in 1898

তথ্যসূত্ৰ

  1. Bhojpuri Ethnologue World Languages (2009)সাঁচ:Circular reference
  2. Frawley, William (May 2003) (en ভাষাত). International Encyclopedia of Linguistics: 4-Volume Set. Oxford University Press, USA. ISBN 978-0-19-513977-8. https://books.google.com/books?id=sl_dDVctycgC&dq=Bhojpuri+is+an+Eastern+Indo+Aryan+language&pg=PA481. 
  3. "Google Translate now supports Sanskrit and Bhojpuri". https://www.indiatoday.in/technology/news/story/google-translate-gets-24-new-languages-including-assamese-bhojpuri-sanskrit-1948298-2022-05-11। আহৰণ কৰা হৈছে: 3 November 2022. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia