গুগল ট্ৰান্সলেট
গুগল ট্ৰান্সলেট হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। ডিচেম্বৰ, ২০২৪ লৈকে গুগল ট্ৰান্সলেটত ২৪৯ টা ভাষা সংযোগ কৰা হৈছে।[3][4] ভাষাতলত দিয়া ভাষাবিলাক গুগল ট্ৰান্সলেটত বৰ্তমান উপলব্ধ।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |