বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী

বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী
স্থাপিত ১৯৭০
ধৰণ ৰাজহুৱা
অধ্যক্ষ মিঃ জয় চৰণ তালুকদাৰ
স্থান সৰ্থেবাৰী, বৰপেটা জিলা, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট bapujeecollege.com

বাপুজী মহাবিদ্যালয় (ইংৰাজী: Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাসৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1][2]

স্বীকৃতি

২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘বি’ গ্ৰেড পাবলৈ সক্ষম হয়।[3] মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰী কমিশ্যন (ভাৰত)'-ৰ দ্বাৰাও স্বীকৃত।[4]

তথ্যসূত্ৰ

  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017. 
  3. "CCycle212153" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Bapujee+College&Field3=Sarthebari&Field4=AS&Field5=Cycle2&Field6=12153। আহৰণ কৰা হৈছে: 7 July 2017. [সংযোগবিহীন উৎস]
  4. "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 7 July 2017. 

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia