ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
স্থাপিত ১৯৭১
ধৰণ মহাবিদ্যালয়
ধৰ্মীয় ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
অধ্যক্ষ ডা নয়ন জ্যোতি দাস
ৱেবছাইট bhbcollege.ac.in

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (ইংৰাজী: Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ অন্যতম মহাবিদ্যালয়সমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]

তথ্যসূত্ৰ

  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017.